অসমৰ ৰাস মহোৎসৱ: আধ্যাত্মিকতা আৰু পৰম্পৰাৰ এক মহোৎসৱ

Raas Mahotsav

অসমৰ ৰাস মহোৎসৱ: আধ্যাত্মিকতা আৰু পৰম্পৰাৰ এক মহোৎসৱ আহা সখি আহা বাই বৃন্দাবনে যাওঁ ….. বজাইছে মোহন বেণু নয়ন ভৰি চাওঁ….. ৰাস মহোৎসৱ হৈছে এক আধ্যাত্মিক তথা পবিত্র উৎসৱ। শৰৎ কালৰ পূৰ্ণিমা তিথিত ৰাস মহোৎসৱ উৎযাপন কৰা হয়। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই হৈছে ৰাস মহোৎসৱ। ৰাসৰ … Read more