ছট পূজাৰ বিষয়ে নজনা কিছু কথা

ছট পূজাৰ বিষয়ে নজনা কিছু কথা

ছট পূজা বা ছঠ পূজা হিন্দুসকলৰ এটা পবিত্ৰ উৎসৱ।

প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ছঠ পূজা অনুষ্ঠিত কৰা হয়।

ছট পূজাত কোনো মূৰ্তি পূজা বা পুৰোহিতৰ প্ৰয়োজন নাই।

ছট পূজাত পৰিয়ালৰ মঙ্গল কামনা উদ্দেশ্য  সূৰ্য্য আৰু ছঠী মাইক  আৰাধনা কৰা কৰা হয়

ছট পূজা বা ছঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ

নদীৰ পাৰত সৰ্বজনীন একত্ৰিত হৈ ছট পূজা কৰে।

এই উ ৎসৱত ৩৬ ঘণ্টীয়া নিৰ্জলা ব্ৰত পালন কৰা হয় ।

ইয়াৰ ৰীতি সমূহ পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, সূৰ্য প্ৰাৰ্থনা, উদিত আৰু মাৰ যোৱা সূৰ্যক অৰ্ঘ্য প্ৰদান ইত্যাদি।